Friday 15 March 2019

Isshor Tumi Kene Mohan ঈশ্বৰ তুমি কেনে মহান Assamese Christian Worship Song

Original: 'O Store Gud' by Carl Boberg (Swedish)
English: 'How Great Thou Art' by Stuart K. Hine
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
He mor Isshor, moi kene asorit hau
Tomar haathe kora sristibor sai
Torabor sao, megh gorjon dhoni hunu
Tomar hokti prokakhe sristikhon

Taate Tomar stab stuti koru gaan
Tumi mohan, kene mohan
Taate Tomar stab stuti koru gaan
Isshor Tumi kene mohan

Jetia vaabu Tumi nij putrokei
Pothai dila, taak buja mor bor taan
Je teo krusot mor paapor vaar boi nile
Praan orpile jen moi poritran paam

Ji din Jisu gourobore ahibo
Mok loi jabo, ah ki houbhagiya mor
Taate uburi hoi Teok hewa korim
Taato moi gaam "he Naath Tumi mohan"
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
হে মোৰ ঈশ্বৰ, মই কেনে আচৰিত হওঁ
তোমাৰ হাতে কৰা সৃষ্টিবোৰ চাই
তৰাবোৰ চাওঁ, মেঘ গৰ্জ্জন ধ্বনি শুনো
তোমাৰ শক্তি প্ৰকাশে সৃষ্টিখন

তাতে তোমাৰ স্তব-স্তুতি কৰো গান
তুমি মহান, কেনে মহান
তাতে তোমাৰ স্তব-স্তুতি কৰো গান
ঈশ্বৰ তুমি কেনে মহান

যেতিয়া ভাবো তুমি নিজ পুত্ৰকেই
পঠাই দিলা, তাক বুজা মোৰ বৰ টান
যে তেওঁ ক্ৰুচত মোৰ পাপৰ ভাৰ বৈ নিলে
প্ৰাণ অৰ্পিলে যেন মই পৰিত্ৰাণ পাম

যি দিন যীচু গৌরৱৰে আহিব
মোক লৈ যাব, অহ কি সৌভাগ্য মোৰ
তাতে উবুৰি হৈ তেওঁক সেৱা কৰিম
তাতো মই গাম "হে নাথ তুমি মহান"
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download Isshor Tumi Kene Mohan MP3