আমাৰ লগত স্বৰ্গলৈ, যাবনে
স্বৰ্গত আনন্দ আছে, স্বৰ্গত
যীচুৱে শাসন কৰিব, স্বৰ্গত
স্বৰ্গত আৰু মৃত্যু নাই, স্বৰ্গত
স্বৰ্গত শান্তি আছে, স্বৰ্গত
হালেলুইয়া হোচেন্না,স্বৰ্গত
••••••••••••••••••••••••••••••••••••••••
Amar logot horgoloi, jabone
Horgot Anondo Ase, horgot
Jisue hakhon koribo, horgot
Horgot aru mrittyu nai, horgot
Horgot haanti ase, horgot
Halleluia Hosanna, horgot
Writer : Unknown
No comments:
Post a Comment