প্ৰভু যীচু আহি আছে
অযুত অযুত তেওঁ দূতৰ সৈতে
দুপৰ পোহৰ গৌৰৱেৰে
হালেলুইয়া তেওঁ আহি আছে
দুপুৰ বা ৰাতিপুৱা গধূলি
কোন পোহৰত যীচু আহিব
হেলা নকৰিবা পোহৰ দিয়া
পলম নকৰিবা এতিয়া
যীচু যেতিয়া পৃথিৱীত আহিব
চন্দ্ৰ সূৰ্য পোহৰ নিদিব
মানৱ জাতিৰ মাজত ক্ৰন্দন হব
হায় হায় বুলি চিঞৰিব
••••••••••••••••••••••••••••••••••••••••••••••••••
Probhu Jisu ahi ase
Ajut ajut teo dutor hoite
Dupor pohor gourobere
Haleluia Teo ahi ase
Dupur ba ratipua godhuli
Kon pohorot Jisu ahibo
Hela nakoriba pohor diya
Polom nokoriba etia
Jisu jetia prithibit ahibo
Chandra hurjo pohor nidibo
Manob jatir majot krondon hobo
Hay hay buli chioribo
Writer : Unknown