Tuesday 28 June 2022

জয় জয় যীচুৰ জয় | Joy Joy Jisur Joy | Assamese Gospel Song | Assamese Christian Song | Lyrics

 



জয় জয় যীচুৰ জয়
জয় জয় যীচুৰ জয়
এই শুভ দিনত আমি সকলে
গাঁও তেওঁৰে গীত

হা হা হা হা হা হালেলুইয়া
হো হো হো হো হো হোসান্না
লা লা লা লা লা লা
হালেলুইয়া আমেন

পাপত আমি মৃত আছিলোঁ
কৰিল জীৱন দান
অন্ধ আছিলোঁ দৃষ্টি পালোঁ
হলোঁ তেওঁৰ সন্তান

মৰিল যীচু, কৰিল উদ্ধাৰ
দিলে পাপৰ পৰিত্ৰাণ
পালোঁ মুক্তি, পালোঁ শান্তি
ধন্য তেওঁৰে নাম

আহা আমি সকলে মিলি
গাওঁ তেওঁৰে গীত
আহিব যীচু এই পৃথিৱীত
কৰিব ৰাজ্য স্থাপন

Joy joy Jisur joy
Joy joy Jisur joy
Eai hubho dinot ami hokole
Gao Teore geet

Ha Ha Ha Ha Ha Halleluia 
Ho Ho Ho Ho Ho Hosanna 
La La La La La La
Halleluia Amen

Paapot ami mrito asilu
Koril jibon daan
Andho asilu dristi palu
Holu Teor hontan

Moril Jisu, koril uddhar
Dile paapor poritran
Palu mukti, palu haanti
Dhonno Teore naam

Aha ami hokole mili
Gao Teore geet
Ahibo Jisu eai prithibit
Koribo raijjo sthapon

No comments:

Post a Comment