Ami joy korim, ami joy korim,
Ami joy korim edin
Amar ei ontorot bissakh ase
Ami joy korim edin
Milere thakim, Milere thakim,
Milere thakim ami
Hottot choli jam, Hottot choli jam,
Hottot choli jam hoday
Voyatur nohom, Voyatur nohom,
Voyatur nohom ketiao
Jisuk prem korim, Jisuk prem korim,
Jisuk prem korim hoday
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
আমি জয় কৰিম, আমি জয় কৰিম,
আমি জয় কৰিম এদিন
আমাৰ এই অন্তৰত বিশ্বাস আছে
আমি জয় কৰিম এদিন
মিলেৰে থাকিম, মিলেৰে থাকিম,
মিলেৰে থাকিম আমি
সত্যত চলি যাম, সত্যত চলি যাম,
সত্যত চলি যাম সদায়
ভয়াতুৰ নহম, ভয়াতুৰ নহম,
ভয়াতুৰ নহম কেতিয়াও
যীচুক প্ৰেম কৰিম, যীচুক প্ৰেম কৰিম,
যীচুক প্ৰেম কৰিম সদায়
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download Mp3
No comments:
Post a Comment