Wednesday 27 February 2019

Tomar Ji Iccha Hiddho Kora | তোমাৰ যি ইচ্ছা সিদ্ধ কৰা | Assamese Christian Worship Song

English: Have Thine Own Way, Lord
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Tomar ji iccha hiddho kora
Tumi kumar moi matir loda
Chakot thakote joggo kori
Nij karjor orthe loa baasi

Tomar ji iccha hiddho kora
Doya dokh thakile bisar loa
Doya khujisu Tomar pora
Himotkoi boga huchi kora

Tomar ji iccha hiddho kora
Aghatit klanto mok tuliba
Hokolo hokti Tomar Probhu
Mok husto kora he doyalu

Tomar ji iccha hiddho kora
Roja horupe hakhon kora
Pobitro Atma mot loa thai
Jen kewal Khristok dekhim hoday
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
তোমাৰ যি ইচ্ছা সিদ্ধ কৰা
তুমি কুমাৰ মই মাটিৰ লদা
চাকত থাকোতে যোগ‍্য কৰি
নিজ কাৰ্যৰ অৰ্থে লোৱা বাছি

তোমাৰ যি ইচ্ছা সিদ্ধ কৰা
দয়া দোষ থাকিলে বিচাৰ লোৱা
দয়া খুজিছো তোমাৰ পৰা
হিমতকৈ বগা শুচি কৰা

তোমাৰ যি ইচ্ছা সিদ্ধ কৰা
আঘাটিত ক্লান্ত মোক তুলিবা
সকলো শক্তি তোমাৰ প্ৰভু
মোক সুস্থ কৰা হে দয়ালু

তোমাৰ যি ইচ্ছা সিদ্ধ কৰা
ৰজা স্বৰূপে শাসন কৰা
পবিত্ৰ আত্মা মোত লোৱা ঠাই
যেন কেৱল খ্ৰীষ্টক দেখিম সদায়
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download Mp3

No comments:

Post a Comment