Wednesday 24 April 2019

Jisu Bine Kono Nai † যীচু বিনে কোনো নাই † Assamese Christian Worship Song


Jisu bine kono nai, ei hongkhare
Ei moha paapor daay kone uddhar kore ?

Ei jogotkhonot ji kono aase,
Hokolowe dokhi hobo nijor paapor bhaare

Pita mata putro bhai bondhu joto,
Koneo amar paapor bhaar niboloi noware

Huna bhrosto mon, dhora Jisur choron
Ji jon tomar paapor bhaar nile kandhopore
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
যীচু বিনে কোনো নাই, এই সংসাৰে
এই মহা পাপৰ দায় কোনে উদ্ধাৰ কৰে ?

এই জগতখনত যি কোনো আছে,
সকলোৱে দোষী হব নিজৰ পাপৰ ভাৰে

পিতা মাতা পুত্ৰ ভাই বন্ধু যত,
কোনেও আমাৰ পাপৰ ভাৰ নিবলৈ নোৱাৰে

শুনা ভ্ৰষ্ট মন, ধৰা যীচুৰ চৰণ,
যি জন তোমাৰ পাপৰ ভাৰ নিলে কান্ধোপৰে
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download MP3

No comments:

Post a Comment