Wednesday 24 April 2019

Mor Paapor Karone † মোৰ পাপৰ কাৰণে † Assamese Christian Worship Song


Mor paapor karone, Jisu morile
Mor traanor orthe, krusot morile
Mor haantir orthe, koste morile
Mor pohor data, chayat morile
Mor naame Jisu, dondo hohile
Praan daane Jisu, aamak taarile
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
মোৰ পাপৰ কাৰণে, যীচু মৰিলে
মোৰ ত্ৰাণৰ অৰ্থে, ক্ৰুচত মৰিলে
মোৰ শান্তিৰ অৰ্থে, কষ্টে মৰিলে
মোৰ পোহৰ দাতা, ছায়াত মৰিলে
মোৰ নামে যীচু, দণ্ড সহিলে
প্ৰাণ দানে যীচু, আমাক তাৰিলে
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download MP3

No comments:

Post a Comment