Tomak jona
Moi aru jaanibo bisaru
Mor jibonor ataitkoi prodhan kaam
Tomak vaalpoa
Moi Tomak vaal paabo bisaru
Mor jibonor ataitkoi prodhan kaam
Tomak hewa kora
Moi hewa koribo bisaru
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম
তোমাক জনা
মই তোমাক জানিব বিচাৰো
মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম
তোমাক ভালপোৱা
মই তোমাক ভাল পাব বিচাৰো
মোৰ জীৱনৰ আটাইতকৈ প্ৰধান কাম
তোমাক সেৱা কৰা
মই সেৱা কৰিব বিচাৰো
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
Download MP3
No comments:
Post a Comment