Original Song: Hum Gaye Hosanna (Yeshua Band)
Assamese Translation: Martin Chaudhury
LYRICS:
প্রিয় যীচু, তোমাৰ তুল্য যে নাই কোনো
তোমাৰ চৰণত আকাশে মূৰ দুৱায়
আৰু পৃথিৱী মহিমা গায়
আমি গাওঁ হোচানা
তুমি ৰজাৰো ৰজা
তোমাৰ মহিমা হওঁক সৰ্বদা
তুমি প্ৰভু, আমাৰেই ত্ৰাতা
প্রিয় পিতা, তুমি কিমান যে প্ৰেম কৰিলা
আমাক পাপৰ পৰা বচাবলৈ
নিজ পুত্ৰকেই দান কৰিলা
আমি গাওঁ হোচানা
তুমি ৰজাৰো ৰজা
তোমাৰ মহিমা হওঁক সৰ্বদা
তুমি প্ৰভু, আমাৰেই ত্ৰাতা
Priyo Jisu, Tumar tulya je nai kunu
Tumar soronot akakhe mur duwai
Aru prithibi mohima gai
Ami gao Hosanna, Tumi Rojaro Roja
Tumar mohima howk horboda
Tumi Prabhu amarei trata
Priyo Pita, Tumi kiman je prem korila
Amak paapor pora bosaboloi
Nij putrokei daan korila
Ami gao Hosanna, Tumi Rojaro Roja
Tumar mohima howk horboda
Tumi Prabhu amarei trata
No comments:
Post a Comment