Original song: Jesus Your Name Is Power
English to Bengali translation: Jason Adhikary
Bengali to Assamese translation: John Sarkar
যীচু তোমাৰ নামতে শক্তি
যীচু তোমাৰ নামতে ত্ৰাণ
যীচু তোমাৰ নামত সকল বাধা যায় ভাঙি
যীচু তোমাৰ নামেই জীৱন
যীচু তোমাৰ নামতে ত্ৰাণ
যীচু তোমাৰ নামত সকল বাধা যায় ভাঙি
যীচু তোমাৰ নামেই জীৱন
যীচু তোমাৰ নামত সুস্থতা
যীচুৰ নামত পাওঁ দৃষ্টি
যীচু তোমাৰ নামতে বন্ধী পায় মুক্তি
যীচু তোমাৰ নামেই জীৱন
যীচু তোমাৰ নাম পবিত্ৰ
যীচু তোমাৰ নামত জ্যোতি
যীচু তোমাৰ নাম সৰ্ব উচ্চত
যীচু তোমাৰ নামেই জীৱন
Jisu tumar naamote hokti
Jisu tumar naamote traan
Jisu tumar naamot hokol badha jai bhangi
Jisu tumar naamei jibon
Jisu tumar naamot hustota
Jisur naamot pao dristi
Jisu tumar naamote bondi pai mukti
Jisu tumar naamei jibon
Jisu tumar naam pobitro
Jisu tumar naamot jyoti
Jisu tumar naam horbo ucchot
Jisu tumar naamei jibon
No comments:
Post a Comment