Wednesday 13 April 2022

বৈকুণ্ঠত আছিলে প্ৰেমেৰে নিজৰা | Boikunthot Asile Premere Nijora | Assamese Christian Song | Assamese Gospel Song Lyrics

বৈকুণ্ঠত আছিলে প্ৰেমেৰে নিজৰা
স্বৰ্গদূতে কৰিছিল পান
যীচুৱে আনি জগতত বোৱালে
আমিও খাবলৈ পাম


বৈকুণ্ঠৰে পৰা প্ৰেমেৰে নিজৰা 
বহে ব্ৰহ্মাণ্ডকে ভেদি 
জাতি কি অ জাতি সবে স্বৰ্গ যাব
যীচুত বিশ্বাস কৰে যদি


চহৰে নগৰে পাহাৰে ভৈয়ামে
যীচুৰে গুণ গীত গায়
আজি কালি কৰি বাট চায় থাকোতে
সু সময় বাগৰি যায় 

~ Roghu Shinte

No comments:

Post a Comment