Translated from the Hindi song "Stuti Aradhana Upar Jaate Hain"
স্তুতি আৰাধনা ওপৰত যায়
আশীষ নামি তলত আহে
প্ৰভু আমাৰ কিমান মহান
চোৱা আমাক তেওঁ কৰে প্ৰেম
হালেলু, হালেলুইয়া
প্ৰাৰ্থনা বিনতি ওপৰত যায়
উত্তৰ নামি তলত আহে
প্ৰভু আমাৰ কিমান মহান
চোৱা আমাক তেওঁ কৰে প্ৰেম
হালেলু, হালেলুইয়া
আশীষ নামি তলত আহে
প্ৰভু আমাৰ কিমান মহান
চোৱা আমাক তেওঁ কৰে প্ৰেম
হালেলু, হালেলুইয়া
প্ৰাৰ্থনা বিনতি ওপৰত যায়
উত্তৰ নামি তলত আহে
প্ৰভু আমাৰ কিমান মহান
চোৱা আমাক তেওঁ কৰে প্ৰেম
হালেলু, হালেলুইয়া
Stuti aradhona uporot jai
Akhik nami tolot ahe
Prabhu amar kiman mohan
Soa amak teo kore prem
Hallelu Halleluia
Prarthona binoti uporot jai
Uttor nami tolot ahe
Prabhu amar kiman mohan
Soa amak teo kore prem
Hallelu Halleluia
No comments:
Post a Comment