Wednesday 13 April 2022

আৰু কোনেও নাই | Aru Kuneo Nai | Assamese Christian Song | Assamese Gospel Song Lyrics


Translated from Nepali song "Ekmatra Thuma Tapai"

আৰু কোনেও নাই বিশ্বাস যোগ্য
একমাত্ৰ প্ৰভু তুমি
আৰু কোনেও নাই মহিমা যোগ্য
একমাত্ৰ প্ৰভু তুমি

সৰ্ব আদৰ, সৰ্ব মহিমা
তোমাৰেই, তোমাৰেই
নাম তোমাৰ উচ্চ, নাম তোমাৰ মহান
নাম তোমাৰ উচ্চ, যীচু নাম

আৰু কোনেও নাই আদৰৰ যোগ্য
একমাত্ৰ মালিক তুমি
আৰু কোনেও নাই সিংহাসন যোগ্য
একমাত্ৰ ৰজা তুমি

সৰ্ব আদৰ, সৰ্ব মহিমা
তোমাৰেই, তোমাৰেই
নাম তোমাৰ উচ্চ, নাম তোমাৰ মহান
নাম তোমাৰ উচ্চ, যীচু নাম

Aru kuneo nai bissakh joggo
Ekmatro Probhu Tumi
Aru kuneo nai mohima joggo
Ekmatro Probhu Tumi

Horbo ador, horbo mohima
Tumarei Tumarei
Naam Tumar uccho, Naam Tumar mohan
Naam Tumar uccho, Jisu Naam

Aru kuneo nai adoror joggo
Ekmatro Malik Tumi
Aru kuneo nai Hinghakhon joggo
Ekmatro Roja Tumi

Horbo ador, horbo mohima
Tumarei Tumarei
Naam Tumar uccho, Naam Tumar mohan
Naam Tumar uccho, Jisu Naam

No comments:

Post a Comment