কিহেৰে পূজিম প্ৰভু, তোমাক মই
নাই মোৰ একোৱেই নাই
সন্তোষ হোৱা তুমি, নিজৰ গুণেৰে
মই দীনহীন পাপী প্ৰভু
মোৰ আছে মাথোঁ, এখনি হৃদয়
সেই হৃদয়েৰে পূজিম তোমাক
শুচি কৰা তুমি, মোৰ হৃদয়
জানিছো প্ৰভু মই দুৰাচাৰী
Kihere pujim Probhu Tumak moi
Nai mor ekowei nai
Hontokh hua Tumi, nijor gunere
Moi dinahin paapi Probhu
Mor ase mathu, ekhoni hridoy
Hei hridoyere pujim Tumak
Husi kora Tumi, mor hridoy
Janisu Prabhu moi durasari
No comments:
Post a Comment